CBSE পৰীক্ষাৰ সময়ৰ সাল-সলনি । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

CBSE পৰীক্ষাৰ সময়ৰ সাল-সলনি ।

দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষা ১৫ মে'ৰ পৰিবৰ্তে ২১ মে'ত অনুষ্ঠিত হ'ব । 
গণিতৰ পৰীক্ষা ২১ মে'ৰ পৰিবৰ্তে ২ জুনত অনুষ্ঠিত হ'ব । ১০.৩০ বজাৰ পৰা ১.৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব । ১০ বজাৰ পৰা ১০.১৫ ৰ ভিতৰত বিতৰণ কৰা হ'ব উত্তৰ বহী ।

No comments:

Post a comment