জুৰীয়াত অগপৰ টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ । মিত্ৰজোটৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ এই প্ৰতিবাদ ।বিজেপিৰ প্ৰাৰ্থী নাজিৰ হুছেইনক অগপ ই মানি নলয়। - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

জুৰীয়াত অগপৰ টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ । মিত্ৰজোটৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ এই প্ৰতিবাদ ।বিজেপিৰ প্ৰাৰ্থী নাজিৰ হুছেইনক অগপ ই মানি নলয়।

এফালে প্ৰাৰ্থীত্ব প্ৰদানক লৈ নাজিৰ হুছেইনৰ সমৰ্থকৰ আনন্দ উল্লাহ আনফালে নাজিৰ হুছেইনক টিকট প্ৰদানক লৈ অগপৰ কৰ্মী সকলৰ তীব্ৰ প্ৰতিবাদ জুৰীী
 নাজিৰ হুছেইনক বিজেপিৰ প্ৰাৰ্থীত্ব দিয়াক লৈ অসন্তুষ্ট  আবু বক্কৰ ছিদ্দিক।
কংগ্ৰেছৰ দখলত থকা ৰূপহীহাটৰ সমষ্টি খনত নাজিৰক প্ৰাৰ্থীত্ব দিয়া পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে নিজৰে মিত্ৰজোটৰ কৰ্মী সকল। কোনো কাৰণতে ৰূপহীহাটত নাজিৰক মানি নোলোৱাৰ হুংকাৰ অগপ কৰ্মীৰ। ৰূপহীহাটত অগপৰ ভেটি বিজেপিত কৈ বহু গুনে বেছি । অগপ দলৰ বহু জনপ্ৰতিনিধি আছে জুৰীয়াত ।
ৰূপহী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব সলনি নকৰিলে অগপ কৰ্মীয়ে ভোট বৰ্জন কৰাৰ কথা জানিবলৈ দিয়ে ।

No comments:

Post a comment