৮২ নং ৰহা সমষ্টিত কংগ্ৰেছৰ ব্যাপক প্ৰচাৰ।ন ৃত্য গীতেৰে শশীকান্তক আদৰিলে চাহ জনগোষ্ঠীয় লোকে । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

৮২ নং ৰহা সমষ্টিত কংগ্ৰেছৰ ব্যাপক প্ৰচাৰ।ন ৃত্য গীতেৰে শশীকান্তক আদৰিলে চাহ জনগোষ্ঠীয় লোকে ।

সকলো জাতি জনগোষ্ঠীয়েই  আদৰি লোৱা পৰিলক্ষিত হৈছে ৮২ নং ৰহা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শশী কান্তু দাসক। 
দেওবাৰে সমষ্টিটোৰ জুৰিপাৰ পঞ্চায়তৰ চাহজনগোষ্ঠীয় এলেকাত ব্যাপক প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী জনে।
চাহ যুৱক-যুৱতী সকলে জনগোষ্ঠীয় নৃত্য গীতেৰে আদৰি আনে প্ৰাৰ্থী জনক।
সভাখনত শতাধিক পুৰুষ-মহিলাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগ দিয়ে।

No comments:

Post a comment