নমিতা দাসলৈ International Global Star Icon Award - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

নমিতা দাসলৈ International Global Star Icon Award

যোৱা ২৩ জানুৱাৰী শনিবাৰে গুৱাহাটীৰ District library auditorium ত অনুষ্ঠিত হোৱা International Global Star Icon Award অনুস্থানটিত গুৱাহাটীৰ জালুকবাৰীৰ বাসিন্দা শ্ৰী হৰমোহন দাস আৰু শ্ৰীমতী প্ৰণিতা দাসৰ একমাত্ৰ জীয়ৰী নমিতা দাসে International Leadership Award পাই এগৰাকী মডেল হিচাপে । 
অনুস্থানটি আয়োজন কৰিছিল, সকলোৰে চিৰ পৰিচিত ড. নম্ৰতা শৰ্মাই।

No comments:

Post a comment