বট্টদ্ৰৱা পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা

0 00 3 yrs 206

কেনে আছে গুৰুজনাৰ জন্মস্থানৰ নিচেই কাষতে থকা বৃহত্তৰ বট্টদ্ৰৱা অঞ্চলৰ প্ৰায় দুশ সহস্ৰাধিক কৃষকৰ পশুধনৰ চিকিৎসাৰ একমাত্ৰ স্থল বটদ্ৰৱা পশু চিকিৎসালয় কেন্দ্ৰ? একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱত জহি খহি গৈছে চিকিৎসকৰ আবাসৰ লগতে মূল চিকিৎসা গৃহ ।  চিকিৎসক প্ৰায়েই  উপস্থিত নথকাত সহায়কেহে চলাব লগীয়া হয় চিকিৎসা […]

সংবাদ