কুমাৰীকাটাত একেনিশাই দুটা পৰিয়ালত ডকাইতি ৷ - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

কুমাৰীকাটাত একেনিশাই দুটা পৰিয়ালত ডকাইতি ৷

গাঁৱখনৰ বনমালি দাস আৰু বাপুৰাম তালুকদাৰৰ গৃহত ডকাইতি ৷

শিক্ষক বনমালি দাসৰ গ্ৰীলৰ তলা ভাঙি গৃহত প্ৰৱেশ কৰি লৈ যায় সোণৰ অলংকাৰ,নগদ ধন, মোৱাইল ফোনকেধৰি দুই লক্ষ্যাধিক টকাৰ সামগ্ৰী ৷ 

 অন্যহাতে অৱসৰপ্ৰাপ্ত শিক্ষক বাপুৰাম তালুকদাৰৰ গৃহৰো দুখনকৈ দৰ্জা চোকা অস্ত্ৰৰে খুলি ভিতৰত প্ৰৱেশ কৰি লৈ যায় সোণ, ৰূপৰ অলংকাৰকে ধৰি নগদ ধন আৰু মোৱাইল ফোন ৷

বাপুৰাম তালুকদাৰৰো প্ৰায় ডেৰ লক্ষ্যাধিক টকাৰ সামগ্ৰী লৈ উধাও হয় ডকাইত  ৷

দুয়োটা পৰিয়ালে মুকালমুৱা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ 

মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

No comments:

Post a comment