কা’ বিৰোধী আন্দোলনত অকাল মৃত্যুক সাৱটি লোৱা আজিজুল হকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ দাবী ৰাজা ফাউণ্ডেশ্যন, অসমৰ

0 00 1 min 3 yrs 213

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ মুছলিমঘোপা (সাতঘৰীয়া)ৰ টেংকাৰ চালক আজিজুল হক (৫৫)ৰ যোৱা ১৩ ডিচেম্বৰত নুমলীগড় অভিমুখে তেল আনিবলৈ যাওঁতে ওৰাং থানাৰ সমীপৰ ঢেকীয়াজুলি থানা এলেকাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঁচনৈ দলঙৰ ওচৰত এএছ-০১ ডিডি-৫২৩৪ নম্বৰৰ গাড়ীখনত নিশা প্ৰায় ১১.৩০ বজাত দুস্কৃতিকাৰীয়ে নিক্ষেপ কৰা পেট্ৰল […]

সংবাদ