অ প্ৰাকৃতিক - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

অ প্ৰাকৃতিক

শ্ৰেষ্ঠতাৰ দ্বন্দ্বত 
জীৱশ্ৰেষ্ঠৰ পতন

কালৰ দংশনত
বোধিদ্ৰুম বিষাক্ত হ'ল

উৎকৃষ্টতাৰ যুদ্ধৰ শেষত
বুদ্ধৰ স্থিতপ্ৰজ্ঞ মুখত  
  কুটিল ৰেখা

অপ্ৰকৃতিস্থ সময় সাক্ষী 
সমগ্ৰ পৰিঘটনাৰ

         অংকুৰিতা ফুকন

No comments:

Post a comment