তেজৰঙী - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

তেজৰঙী

কিশোৰ গোস্বামী

সুখৰ ভৰত
অসুখী আজি
সুখবোৰ সাজৰ তৰা
চকু টিপিয়াই হাঁহে
দুখৰ ৰাতি
জাক পাতি পাতি
লিৰিকি বিদাৰি
আঁজুৰি নিয়ে 
সমস্ত ৰঙা।
ৰঙাবোৰ তেজ
তেজবোৰ চকুলো...।

No comments:

Post a comment