বাৰ মাহৰ কবিতা - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বাৰ মাহৰ কবিতা

সমীয়া
নতুন বছৰ আৰম্ভ 
হুঁচৰিয়ে কৰে বহাগত।
জেঠত ৰ'দে ধৰে 
         ৰুদ্ৰ মূৰ্তি।
আহাৰত বসুমতী
পৰে অসুচত।
শাওনত ধাৰাষাৰ বৰষুণ;
ভূই ৰোৱা ভৰ।
  ভাদ মাহত পাল নাম।  ;
  দুয়ো গুৰু জনা তিথি।
আহিনত হি'ম কণা---;
পৰে দুৱৰীত।
কাতি মাহত তুলসী তলত;
জ্বলাই মাতি চাকি।
আঘোণত পকা ধানে --;
থাকে পথাৰ ভৰি।
পুহ মাহত ৰদালীক----;
কুৱঁলীই থয় ঢাকি।
মাঘত শীততক খেদি
জ্বলাই মেজি।
ফাগুনত দিন জাৰ---;
বতাহ বলে সদায়।
চ'ৰৰ শেষত গছে-বনে -----;
কুহু কুহু পাতমেলি
বছৰ দিয়ে বিদায়।
পল্লৱী বৰুৱা

No comments:

Post a comment