হেঁপাহ - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

হেঁপাহ

বেৰীয়া গজা দাঁতটিৰে মৰা হাঁহিটো
ওলমাই ৰাখিবা সদায়
দুটি ওঁঠৰ ভাজত ;
হাঁহিটোকে বুকুত সাবটি
বাট চাই ৰ'ম
তোমাৰ নামৰ ৰঙা সেন্দুৰেৰে
মোৰ উকা কপাল ভৰাই
তোমাৰ পদূলিত খোজ দিয়া
দিনটোলৈ.....।। 
                         
                        জিনি ৰাভা

No comments:

Post a comment