অমৃত বাসনা - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

অমৃত বাসনা

পোনৰ পম খেদি 
দুচকুত নিবিড় জোনাক,
ৰিব্ ৰিব্ মলয়াৰ কোমল পৰশত
আন্দোলিত মোৰ হৃদয়ৰ দুৱাৰ।
কত আছ,মোৰ শিপিনী চৰাই
আহ আহ সাউত্কৰে,এমুঠি ধান দিম
ধান খাবি গান গাবি
বুকুত বাছিবি ববচা ফুল।

হেলমিনা খাতুন

No comments:

Post a comment