হয়..মই পাগল হৈছো...আৰু হবলে দিয়া পাগল...তাত কি আহে যায়??
তোমাক ৰং যেন লাগে...আৰু ৰংবোৰ হেৰাই গ'লে !!!!!
তুমি কিয় এনেকুৱা??? মই কিয় দু্ৰ্বল হৈ গৈছোঁ তোমাৰ ওচৰত???
কিয় নহ'ম...আৰু দুৰ্বল হ'ম..কি হ'ব! দুৰ্বল হৈ শেষ হৈ যাব দিয়া আজি মোক....
তুমি মোৰ নহয়...কিন্তু তোমাৰ মাজতেই মই মোক দেখা পাইছো...
যদি আজি ৰাতিটোৱে তুমি মোৰ.,এই ৰাতিটো মোৰ একান্ত নিজৰ...মই এনেকেই সুখী...
এই ৰাতিটোৰ যেন শেষ নহওক....
চয়নিকা শৰ্মা
No comments:
Post a comment