উপহাৰ - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

উপহাৰ

উপহাৰ
   উৎসৱত
 আলোড়িত
মোৰ দুখ;
 অহাবাটেই
যাগৈ ওলটি।
এয়াই মোৰ
ঠিকনা নিগাজি।
বুকুৰ দুখবোৰ,
আকলুৱা সুখৰ দৰেই
ইকাটি সিকাটি।
       
শিখা বেজবৰুৱা গোস্বামী

No comments:

Post a comment