শংকুসিদ্ধ নাথ "তপ্ত সুৰ" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

শংকুসিদ্ধ নাথ "তপ্ত সুৰ"

কলোবোৰ মিছা
কেৱল তুমি সচাঁ
             উষ্ণতা আৰু উষ্ণতা 
             সাগৰনীলা মজনু লেয়লা

ডাঙৰ মানুহৰ ছোৱালী তুমি
দীঘল দীঘল চুলি 
             খোপাত গুজি লোৱা 
             ধুনীয়া ফুলৰ পাহি 

তোমাক দেখি ভাল লাগে
প্ৰেমিক প্ৰেমিক মন
হৃদয়ৰ বতৰা কঢ়িয়াই 
গুছি যায় ইজন সিজন
             পৃথিৱী চোৱা এনেকুৱা 
              ৰঙা বগা সেউজীয়া . . .

No comments:

Post a comment