পিতাই বাঁহীৰ সুৰ নোহোৱা হল - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

পিতাই বাঁহীৰ সুৰ নোহোৱা হল

 নিৰিৱ জোনাক
পিতাই বাঁহীৰ সুৰ নোহোৱা হ'ল
পিতাই বাঁহীটো হেৰাল ক'ৰবাত ।

পিতাই বাঁহীৰ সুৰত বসন্তৰ জাননি
আজি পিতাই নাই বাঁহীৰ সুৰ নাই !

বসন্তৰ বতৰত পুৱাই কপৌজনী ঘৰৰ মূধচত পৰি
কুৰু কুৰু শব্দ কৰি কৰুণ বিননী ।

পিতাই বাঁহীত সন্ধিয়াটো জাহ গৈছিল
কোনোবা মিচিং নে কাৰ্বি জনগোষ্ঠীৰ বাঁহীৰ সুৰত।

পানী যুঁৱৰিত পিতাই বাঁহীৰ সুৰ বাজি উঠে
ওৰেৰাতি উচুপি থাকে নদী ।।
                 ------------

No comments:

Post a comment