আবাহন - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

আবাহন

মই ৰৈ অাছো সেই বাটত
যি বাটেৰে তুমি উভতি গৈছিলা
যি বাটেৰে তুমি দিয়া প্ৰতাৰণাবোৰ এখোজ দুখোজ কৈ জখলা মেলিছিল

 যি বাটত মই ৰৈ অাছো 
সেই বাটত প্ৰষ্ফূতিত হৈছে
তোমাৰ প্ৰতিবিম্ব
যি অচৰ অাৰু অটল।


লোকপ্ৰিয়া বৰা

No comments:

Post a comment