সময় - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

সময়

কুঁও কুঁও কুঁও 
ব'হাগ আহিবই হ'ল দেখোন
আজি কুলিয়ে মাতে
কুঁহিপাতৰ আৰে-আৰে ।

সৌ সিদিনা ব'হাগ 
বিহুৰ কথা মনতেই 
আছে চোন ,
আকৌ আহি পদূলি পালেহি
সময় বোৰে হঠাতেই মোক সজালেহি।

সঁচাকৈ সময় বোৱঁতী নৈ
কাৰোলৈ নাথাকে ৰৈ।

ৰাজদ্বীপ শইকীয়া

No comments:

Post a comment