এজাক বৰষুণৰ আখৰা চলিছে
মইমতীয়া ডাৱৰ জাকে
ওখনা ওখনি কৰিছে
মাজে মাজে মেঘৰ দামামা বাজিছে
সুখৰ সময় সমাগত
সাজু হ'ল অনাগত
ৰুণুক জুনুক নূপুৰ পিন্ধি
নামি আহে
এজাক সপোন যেন বৰষুণ
আশাপূৰ্ণা আজি ধুলিয়ৰি ধৰিত্ৰী
শ্যামলীমা হ'ব ৰুক্ষ প্ৰকৃতি
কুঁৱলিৰ আচ্ছাদন গুচি আঁতৰিল বাধা
ফাগুনী আকাশে যাঁচে সঞ্জীৱনি সুধা ।
মনচুমি কলিতা নাথ
No comments:
Post a comment