জীৱন - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

জীৱন

বিচাৰি ফুৰোঁ‌তেই অৰ্থ
পাহৰিলো শব্দটোকেই মই
লিখিবলৈ সময়-ফলিত

আৰু অ'ত-ত'ত পৰি ৰ'ল
কেইটিমান বৰ্ণ মাথো হৈ 
হৃদয়-আদিপাঠতে তোমাৰ !

                             - সাগৰ

No comments:

Post a comment