হলীউডৰ পপ ছিংগাৰ ৰিহানালৈ NAACP Image Award । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

হলীউডৰ পপ ছিংগাৰ ৰিহানালৈ NAACP Image Award ।

হলীউডৰ পপ ছিংগাৰ ৰিহানালৈ  NAACP Image Awards । বিশেষ সফলতা আৰু ৰাজহুৱা তথা সমাজ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা আগবঢ়োৱা হয় উক্ত বঁটা ।
উক্ত বঁটা গ্ৰহণ কৰি সুখী হৈছে বুলি ফেচবুক পোষ্টৰ যোগেদি জানিবলৈ দিয়ে পপ ছিংগাৰ ৰিহানাই । 

No comments:

Post a comment