এখন ভাৰাক্ৰান্ত হৃদয়,
এবুকু উন্মাদনা
আৰু এটা অশান্ত উজাগৰী নিশা।
আঁউসীৰ এন্ধাৰে বুলোৱা বুৰঞ্জীৰ আনটো নিশা ।
সীমান্তত খোঁজ থৈ , দিগন্তৰ দিশে চাই ৰওঁ
নিশান্তৰ বতাহজাক বা কোনদিশে বলে?
মাথোঁ এটা নিশাৰ সিপাৰে ।
সুব্ৰত দুৱৰা
জোনাকলৈ স্বাগতম ।
No comments:
Post a comment