এটা নিশা - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

এটা নিশা

খন ভাৰাক্ৰান্ত হৃদয়,
এবুকু উন্মাদনা
আৰু এটা অশান্ত উজাগৰী নিশা।
আঁউসীৰ এন্ধাৰে বুলোৱা বুৰঞ্জীৰ আনটো নিশা ।

সীমান্তত খোঁজ থৈ , দিগন্তৰ দিশে চাই ৰওঁ 
নিশান্তৰ বতাহজাক বা কোনদিশে বলে?

মাথোঁ এটা নিশাৰ সিপাৰে ।


সুব্ৰত দুৱৰা

No comments:

Post a comment