নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে ডিজিটেল আন্দোলন । - জোনাক

HEADLINES

জোনাক

জোনাকলৈ স্বাগতম ।

Post Top Ad

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে ডিজিটেল আন্দোলন ।

এতিয়াৰেপৰা ডিজিটেল ভাবে কৰিব পাৰিব কা' ৰ বিৰুদ্ধে আন্দোলন । তাৰবাবে কৰিব লাগিব www.assamagainstcaa.in  নামৰ ৱেবচাইটটোত পঞ্জীয়ন । উল্লেখযোগ্য যে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পৃষ্ঠপোষকতাত শিল্পী সমাজে আজি মুকলি কৰে উপৰি উক্ত ৱেবছাইটটো । পঞ্জীয়ন কৰি সহযোগ কৰিবলৈ আহ্বান জনাইছে শিল্পী সমাজে ।

No comments:

Post a Comment