শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক অনুজা কামাতৰ বিষয়ে কিছু কথা । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক অনুজা কামাতৰ বিষয়ে কিছু কথা ।

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সকলো যেন সহজলভ্য হৈ পৰিছে । হাতৰ মুঠিতেই আৰু চকুৰ পচাৰতেই পাব পাৰি সকলো । ডিজিটেল মাধ্যমৰ যোগেদি সংগীতৰ শিক্ষা আগবঢ়াই অহা এগৰাকী প্ৰতিভাৱান যুৱতী হ'ল অনুজা কামাত । সংগীতৰ স্নাতক ডিগ্ৰীধাৰী অনুজা কামাতে প্ৰায়  তিনি বছৰ আগৰপৰাই YouTube ৰ যোগেদি শাস্ত্ৰীয় সংগীতৰ শিক্ষা আগবঢ়াই আহিছে । মুখত অনবৰতে এটি মিচিকিয়া হাঁহি বিৰিঙি থকা অনুজা কামাতৰ শিকোৱাৰ শৈলী বহুত সহজ সৰল । প্ৰায় তিনি লাখৰো অধিক Subscribeer থকা ইউটিউব চেনেলটোৰ যোগেদি এতিয়ালৈকে প্ৰায় এক কোটিৰো অধিক আগ্ৰহী যুৱক-যুৱতীক সংগীতৰ প‌্ৰশিক্ষণ দিছে ।
ৰশ্মি কলিতা

No comments:

Post a comment