প্ৰাণদীপ - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

প্ৰাণদীপ

 তুমি প্ৰাণৰ প্ৰদীপ
পোহৰালা মোৰ হৃদয়ৰ নিভাজ নিতাল
কাল আন্ধাৰ অমানিষাৰ আকাশ।
জিলিকাই তুলিলা মোৰ মনৰ
ফুলনি বাগিচাক।
নৰূপে নগজিলি মেলালা।
তোমাৰ নামৰ একাজলি মৰম
মোৰ হৃদয়ৰ তোমাৰ প্ৰতি অগাধ মৰম
এয়াই উজ্জলিত
আশাৰ বন্তি
প্ৰজ্বলিত শিখা।

বিদ্যুত গগৈ

No comments:

Post a comment