মুখা ২ - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

মুখা ২

মণি কুটুম

শৰৎৰ শেৱালি
পুৱাৰ দুৱৰীত মুকুতা সৰে
পৰিৰ্ৱতনৰ চলেৰে শাসনৰ ৰাজপাটত বহা
জাতিৰ নামত ৰাজনীতি
শৰাইঘাটৰ শেষ ৰণ আকৌ
পৰিৰ্ৱতন আহিব
মুখা আজি পৰিচিত

No comments:

Post a comment