বিল গেটচৰ জীয়ৰী জেনিফাৰ মুছলিম কোটিপতি যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ। - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বিল গেটচৰ জীয়ৰী জেনিফাৰ মুছলিম কোটিপতি যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ।

বিল গেটচে তেওঁৰ জীয়ৰী জেনিফাৰ মুছলিম যুৱকৰ সৈতে লোৱা  বিবাহৰ সিদ্ধান্তক সমৰ্থন কৰি অভিনন্দন জনায় । যুৱকজন হ'ল ইজিপ্তৰ কোটিপতি বাসিন্দা নায়াল নাচাৰ । Microsoft ৰ প্ৰতিষ্ঠাতা বিল গেটচৰ জীয়ৰী জেনিফাই Instagram ত নায়াল নাচাৰৰ সৈতে একেলগে থকা ফটো শ্বেয়াৰ কৰি " জীৱনৰ বাকী সময়চোৱা তোমাৰ স'তে কটাবলৈ অধিৰ আগ্ৰহেৰে বাট চাই আছোঁ" বুলি লিখে ।

No comments:

Post a comment