গোলাঘাট জিলাৰ বোকাখাটত আজি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত “জনতাৰ ৰণশিঙা" । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

গোলাঘাট জিলাৰ বোকাখাটত আজি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত “জনতাৰ ৰণশিঙা" ।

১ ফেব্ৰুৱাৰী ২০২০ঃ
সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ৩০ জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজৰ আহ্বানত,গোলাঘাট জিলাৰ বোকাখাত'ত CAA বাতিলৰ দাবীত আজি অনুষ্ঠিত হোৱা "জনতাৰ ৰণশিঙা"ৰ দৃশ্য ।

No comments:

Post a comment