লোকপ্ৰিয়া বৰাৰ “আহাৰ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

লোকপ্ৰিয়া বৰাৰ “আহাৰ"

শতজনী নাৰীৰ আজি আতাহ
মাথো ধৰ্ষণকাৰীৰ 
নমুনা বৈসাদৃশ।
প্ৰেমৰ জালতো চত্ফতাই 
প্ৰজাপতি
পথচাৰীৰ জালত চত্ফতাই
বস্ত্ৰৰে আমিবোৰা সতী
মানসিক ধৰ্ষণত চত্ফতাই 
অজলা অবলা নাৰী
নাৰী মাত্ৰ ভোকাতোৰৰ ভোক
গুচোৱা আহাৰ
এপইচাও নোহোৱা পন্য।
    
✒লোকপ্ৰিয়া বৰা

No comments:

Post a Comment