আদি শ্ৰী "এটা দিন আছিল " - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

আদি শ্ৰী "এটা দিন আছিল "


এটা দিন আছিল
তাইৰ ৰঙচুৱা গালখনৰ দৰে মিহি

লাজুকী মুখৰ 

ভাললগা শব্দ এভাৰ 

বুকুৰ সোঁমাজত

লহপহীয়া !



গৰাখহনীয়া 
তাৰ পিচতে;

উদযাপন ৰ দিন একোটা 
এতিয়া বিৰক্তিকৰ

মদাহীবোৰৰ গুণগুণনি য়ে
ৰাতিবোৰক 
টুকুৰা টুকুৰ কৰি থাকে
মাছৰ দৰে !

No comments:

Post a Comment