পম্পী গগৈ "এখন সেউজীয়া পৃথিৱীৰ সন্ধানত" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

পম্পী গগৈ "এখন সেউজীয়া পৃথিৱীৰ সন্ধানত"

খন সেউজীয়া পৃথিৱী বিচাৰি 
  আমি দুয়ো 
    হাতে হাত ধৰি ! 

গহীন বাটৰ কাঁইট নুবুটলো ,
আন্ধাৰত শালীনতা বিচাৰি 
জোনাকীয়ে তুলি ধৰে 
     সোণালী কিৰণ !

জোনবাই নাথাককেই বা 
তৰালীয়ে গীত জুৰি নিচুকাব এই ধৰা ! 

সিহঁতে নুশুধে কাহানিও আমাৰ পৰিচয় ,
আমি যে সত্যৰ সন্ধানত !

No comments:

Post a comment