PAYTM ব্যৱহাৰ কাৰীৰ বাবে দুঃখবৰ । Credit Card ব্যৱহাৰ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

PAYTM ব্যৱহাৰ কাৰীৰ বাবে দুঃখবৰ । Credit Card ব্যৱহাৰ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন ।

আপুনি ক্ৰেডিট কাৰ্ডৰ যোগেদি আপোনাৰ PayTm ৱালেটত পইচা ভৰাই নেকি? তেনেহলে এই সংবাদটো কেৱল আপোনাৰ বাবে। 
        নতুন বছৰত অৰ্থাৎ ২০২০ ৰ পৰা আপুনি মাহেকত ১০,০০০ টকালৈকেহে বিনামূলীয়াকৈ ভৰাব পাৰিব। এই সীমা অতিক্রম কৰিলে ভৰিব লাগিব অতিৰিক্ত চাৰ্জ। ১.৭৫ শতাংশকৈ ভৰিব লাগিব GST 
এই সমস্যাৰ পৰা হাত সাৰিবলৈ Paytm ৰ অন্যান্য মাধ্যম যেনে: UPI, ডেবিট কাৰ্ডৰ যোগেদি ভৰাব পাৰিব। এইকেইটা মাধ্যমৰ যোগেদি ভৰালে দিব নালাগে কোনো অতিৰিক্ত চাৰ্জ।

No comments:

Post a comment