কণ্ঠশিল্পী পৰেশ আকাশ আৰু বৰ্ণালী কলিতাৰ কণ্ঠত মুক্তি লাভ কৰিবলগীয়া গীত । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

কণ্ঠশিল্পী পৰেশ আকাশ আৰু বৰ্ণালী কলিতাৰ কণ্ঠত মুক্তি লাভ কৰিবলগীয়া গীত ।

"জোনাক"ৰ দ্বাৰা নিবেদিত , অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা আৰু পৰেশ আকাশৰ কণ্ঠত "জাঁজী vol 3"   এলবামৰ যোগেদি আপোনাকলৈ আগবঢ়াই দিব খোজা গীতকেইটা জানুৱাৰী মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব । গীতৰ কথা সুৰ অপূৰ্ব বেজবৰুৱা আৰু পৰেশ আকাশৰ । সংগীত ব্যৱস্থাপনা পৰেশ আকাশৰ ।

No comments:

Post a Comment