বাংগালোৰবাসী অসমীয়া ৰাইজৰ কেবৰ বিৰোদ্ধে প্ৰতিবাদ । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বাংগালোৰবাসী অসমীয়া ৰাইজৰ কেবৰ বিৰোদ্ধে প্ৰতিবাদ ।

১২ ডিচেম্বৰ ২০১৯,
সুদূৰ বাংগালোৰত কৰ্মৰত অসমীয়া ৰাইজৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ । কয় যে “অসমত কোনো  কৰ্ম সংস্থাপন নথকা বাবে অসম এৰি বাহিৰত থাকিব লগা হৈছে আৰু আপোনাকে বাংলাদেশী আনিব বিছাৰে । এয়া আমি কেতিয়াও মানি নলওঁ । আগত খিলঞ্জীয়া মানুহৰ কথা ভবাটো দৰকাৰী ।"

No comments:

Post a Comment