অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ মহীৰূহ ৰত্ন ওজা দেৱৰ দেহাৱসান । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ মহীৰূহ ৰত্ন ওজা দেৱৰ দেহাৱসান ।

December 31, 2019
অসমৰস্কৃতিক ক্ষেত্ৰ খনৰ মহীৰূহ স্বৰূপ অসমৰ ৰত্ন ৰত্ন ওজা দেৱৰ দেহাৱসান ঘটে । অসমীয়া সাহিত্য, সাংস্কৃতিক ক্ষেত্ৰ খনলৈ তেখেতৰ অৱদানে অসমীয়া জাতিক সদায় আলোকিত কৰি যাব৷ তেখেতৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি৷

ৰত্ন ওজা দেৱৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ

No comments:

Post a comment