ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইন্দ্ৰমণি বৰাৰ দেহাৱসান । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইন্দ্ৰমণি বৰাৰ দেহাৱসান ।

December 28, 2019
১৯৯১ চনৰপৰা ২০০০ চনলৈ শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, শ্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়া, শ্ৰী মুৰলী মনোহৰ যোশী ডাঙৰীয়াৰ দৰে প্ৰখ্যাত জননেতাসকলৰ সৈতে মিলি অসমত দলৰ ভেটি সুদৃঢ় কৰাত তেখেতে যি বলিষ্ঠ ভূমিকা লৈছিল, সেয়া চিৰস্মৰণীয় হৈ ৰ'ব। 

তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা যাচিলোঁ।

No comments:

Post a comment