জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক কৰা সমালোচনাক লৈ সংগীত শিল্পী মানস ৰবীনৰ মন্তব্য। - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক কৰা সমালোচনাক লৈ সংগীত শিল্পী মানস ৰবীনৰ মন্তব্য।

জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক চচিয়েল মিডিয়াত এচাম লোকে তীব্ৰ সমালোচনা কৰি থকা দেখা গৈছে । তাকে লৈ সংগীত শিল্পী মানস ৰবীনৰ মন্তব্য -
“নাৰীক যেতিয়া যিকোনো  সামাজিক ইচ্চ্যুত  যুক্তিৰে বা কাৰ্য্যক্ষেত্ৰত বিৰোধিতা কৰিবলৈ অসৰ্মথ হয় ,  তেতিয়া এচামে নাৰীৰ ব্যক্তিগত জীৱনটোক ৰাজহুৱা স্থানলৈ টানি আনে আৰু এই চামটোৰ  ভিতৰত নাৰী , পুৰুষ উভয়ে থাকে। CAAৰ সন্দৰ্ভত  বৰষাৰাণী বিষয়াক যুক্তিৰে নোৱাৰি এচাম এতিয়া বৰষাৰ ব্যক্তিগত জীৱনটোক লৈ ব্যস্ত হৈ পৰিছে।  বৰষাই কি খায় , কি পিন্ধে , কেতিয়া শুৱে , কেতিয়া উঠে ইত্যাদি,  ইত্যাদি । প্ৰকৃততে এইধৰণৰ কামত লিপ্ত থকাসকল একো একোটা  “কলী ঔচ” , “বগী ঔচ"ৰ বাদে আন একো নহয় | এই প্ৰভুভক্তবোৰৰ কাৰ্যকলাপক গুৰুত্ব নিদি ৰাইজে নিজৰ বাটেৰে বাট বুলি লক্ষ্যত উপনীত হোৱাতহে গুৰুত্ব দিব লাগে  |”

No comments:

Post a comment