নাগৰিকত্ব সংশোধনী আইনক লৈ কি মন্তব্য কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

নাগৰিকত্ব সংশোধনী আইনক লৈ কি মন্তব্য কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

" যিসকল বিদেশীক নাগৰিকত্ব দিব বিচৰা হৈছে তেওঁলোকক ক'ত ৰাখিব। অসম, মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিমবঙ্গ ক'ত ৰাখিব। দ্বিতীয়তে চাকৰি কেনেকৈ আৰু ক'ৰপৰা দিব, বৰ্তমান সময়ত নিজৰ দেশতে বহুত নিবনুৱা আছে। প্ৰথমতে আমি তেওঁলোকৰ কম সংস্থাপনৰ বিষয়ে চিন্তা কৰা উচিত।" নাগৰিকত্ব সংশোধনী (বিধেয়ক) আইনক লৈ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিয়ালৰ মন্তব্য।

No comments:

Post a Comment