হেমন্ত ভৰালী "বেদনা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

হেমন্ত ভৰালী "বেদনা"

কিমান সময়ৰ এটি মিঠা হাঁহি....?
লৈ যায় তাকো নিষ্ঠুৰ সময়ে আহি..!
স্মৃতিৰ কোলাত আপোন মোৰ
মাথোঁ থাকিব ভাহি..!

জীৱন আৰু 
বিচৰা নাই,
আপোনবোৰ মোৰ
কাঢ়ি লৈ যায়,
মই সহ্য কৰিব
নোৱাৰোঁ ও ভাই,
বুকু মোৰ
দেই-পুৰি যায়।

            - হেমন্ত ভৰালী
            - ৯৯৫৭৬৮৪৫৪৯
            - পাঠশালা

No comments:

Post a Comment