পপী শইকীয়াৰ “ কায়া আৰু কলিজা ” - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পপী শইকীয়াৰ “ কায়া আৰু কলিজা ”


লিজাৰ মাজৰ স্পন্দন
ঢাকি ৰাখে এখন ৰঙা আভৰণে
কলিজাৰ বিপনী নাথাকে লিৰিকি চাবলৈ


মঙহৰ দোকানত কেৱে কিনে মঙহ
কেৱে কিনে কলিজা
বজাৰত ভিৰ হয়
কলিজা খোৱা মানুহৰ

আঁকিব পাৰি কলিজাৰ স্কেচ্‌
চতিয়াব পাৰি তাত ৰং

কিন্তু , ৰঙেৰে পেট নভৰে
কলিজা খোৱা মানুহৰ

কায়া আৰু কলিজা
বাহিৰ-ভিতৰ
এটাক ধৰিলে বাদ পৰে অন্যটো ৷

পপী শইকীয়া

No comments:

Post a Comment