শংকুসিদ্ধ নাথ ""প্ৰতিবাদ - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

শংকুসিদ্ধ নাথ ""প্ৰতিবাদ

ক্তাক্ত ৰাজপথত শ্বহীদৰ চিঞৰ
আমৰণ অনশনৰ দিনলিপিত 
উত্তাল উত্তাপ স্বৰাজ বুৰঞ্জী

স্বাধীনতাৰ বৰ্ণহীন প্ৰতিবাদ 
ন্যাযতাৰ অভিলাষী প্ৰতিবাদ
অন্যায়ৰ উত্তৰৰ সুবাদত প্ৰতিবাদ 

খনি শোধনাগাৰ নিলাম
বিদেশী বিতাৰণৰ চৰকাৰী বঞ্চনা
আইনী উদ্ভণ্ডালিৰ মেৰপেচত 
প্ৰাপ্তিৰ সুকীৰ্তি প্ৰতিবাদ !

No comments:

Post a Comment