সাগৰৰ "প্ৰেমৰ তিনিটা স্তৱক" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

সাগৰৰ "প্ৰেমৰ তিনিটা স্তৱক"


              ( ১)

প্ৰেম

বাটৰ কাষৰ বগৰী
ক'ব বা কেতিয়া গজি উঠে !

               (২)

প্ৰেম

প্ৰতীক্ষাৰ এজাক বৰষুণ
ইপাৰে মই সিপাৰে তুমি
মাজত জুৰুলা
তুমি গোৱা গান মই লিখা কবিতা !

                (৩)

প্ৰেম

ডায়েৰীৰ আধালিখা এখিলা পাত
বুকুৰ আলমিৰাত পৰি ৰোৱা
যৌৱনৰ আদিপাঠ !

                           - সাগৰ

No comments:

Post a comment