দীপ হেষ্টিংছ বৰি "অনুমান" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

দীপ হেষ্টিংছ বৰি "অনুমান"

তুমি যদি আকাশ হোৱা
মই পৃথিৱী হ’ব নোখোজো

আকাশ পৃথিৱী মিলন অবাস্তৱ
তাতোকৈ মই জোন হম
তৰা হ’ম
তোমাৰ বুকুতে শুম..

দীপ হেষ্টিংছ বৰি

No comments:

Post a comment