ৰইফুল হকৰ "আমি অসমীয়া" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰইফুল হকৰ "আমি অসমীয়া"

মি অসমৰ নতুন সুৰুয
পোহৰ বিলাম অসমীয়া জাতিক
হিংসা, বিদ্বেষ, কু-সংস্কাৰ আতৰ কৰি
শাস্তি বিহিম কলংক জাতি দ্ৰোহীক |

কপালৰ ঘাম মাটিত পেলায়
জাতিৰ হকে কৰিম কৰ্ম
বিদেশীয়ে অপচেষ্টা কৰিলেও
আমি বিভেদ নহও জাতি-ধৰ্ম |

মহাপুৰুষদ্ব শংকৰ-আজানৰ
দেশৰ সন্তান আমি
নানা জাতি, নানা ধৰ্মৰ লোক
থাকো সদায় মিলিজুলি |

কেতিয়াও নেভাৱো আপোন-পৰ 
হিন্দু-মুছলমান বুলি
হাড়ে হিমজুৱে আমি অসমীয়া
এজনে আনজনক লও আকোৱালি |


এম ৰইফুল হক
বদনী আখিয়া, মুকালমুৱা, নলবাৰী।

No comments:

Post a Comment