হেমন্ত ভৰালীৰ "শূণ্যতা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

হেমন্ত ভৰালীৰ "শূণ্যতা"


ও নাই
কবিতা লিখাৰ,
তথাপি উকা বহীত
শব্দ কিছুমান লিখো
উজাগৰী নিশাৰ।
হে জীৱন...
তোমাক ধিক্কাৰ,
মৃত্যুৱে সপোনৰ
শেষ স্বীকাৰ।
চিঞৰত শিয়ঁৰে
ব্যাথাৰ পথাৰ,
মাথোঁ চাৰিওফালে
এন্ধাৰে এন্ধাৰ।

             - হেমন্ত ভৰালী
             - ( পাঠশালা)
             - ৯৯৫৭৬৮৪৫৪৯

No comments:

Post a Comment