মমী কলিতাৰ "শৰৎ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মমী কলিতাৰ "শৰৎ"

সেমেকা শীতৰ ভিজা শেৱালি
দুহাততে ল'ম বুটলি
বিয়পাই দিম সুবাসৰ সুগন্ধি
দুবৰিৰ পাতত নিয়ৰৰ কণা বিচাৰি
শাৰদী ৰানী আহিল নামি
ন-ৰূপেৰে সাজি-কাঁচি 
দিলেহি ৰঙৰ আবিৰ সানি
দীঘল চুলিটাৰি 
সজল চকুযুৰি
ৰঙা গোলাপৰ ওঠ দুটি
কিযে অপৰূপ সৃষ্টি 
মা দেৱীৰ।।


                            মমী কলিতা
                          টিহু

No comments:

Post a Comment