উদয় আদিত্য "সন্দেহ জীৱনৰ বাবে এক বিষাদৰ চুনামি"" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

উদয় আদিত্য "সন্দেহ জীৱনৰ বাবে এক বিষাদৰ চুনামি""

মোৰ প্ৰতি থকা তোমাৰ 
সন্দেহৰ ভাৱনাবোৰ হ'ল এক ভূমিকম্প
যিয়ে মোৰ হৃদয়  নামৰ সাগৰৰ কল্পনাত 
সৃষ্টি কৰে বিষাদৰ চুনামি
পলকতে তোমাক লৈ ৰচা সপোনৰ ঘৰখন, বহুদিনীয়া মৰমবোৰ
ভাঙি চিঙি চুৰমাৰ কৰে
আমাৰ মাজত থকা বিশ্বাসৰ এনাজৰী।।

No comments:

Post a comment