নিৰলা ইংহিপীৰ "আকাশ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

নিৰলা ইংহিপীৰ "আকাশ"

জিও তুমি আঁকিছা 
সেই একেই ৰং 
যি ৰঙে মোক হঁহোৱাই 
কন্দোৱাই আৰু নচোৱাই 
অথচ ....
তুমি  নিজে ৰং  বিহীন বিশাল
নীলাভ বেশভূষা 
এক দিগবলয়ৰ বিন্দু |

No comments:

Post a Comment