সম্পাদকীয়…সমাগত অসম সাহিত্য সভাৰ নিৰ্বাচনঃ
শতবৰ্ষ গৰকা উত্তৰ-পূৱ ভাৰতৰ বৃহত্তম ভাষা-সাহিত্যৰ ৰাজহুৱা অনুষ্ঠান অসম সাহিত্য সভাৰ পৰৱৰ্তী ২০১০-২০১২ কাৰ্যকালৰ বাবে আগবাঢ়িছে ৷ সংবিধান অনুসৰি ইতিমধ্যে সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বহুকেইগৰাকী সাহিত্যিকে মনোনয়ন দিছে ৷ অসম সাহিত্য সভাৰ নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ […]
সম্পাদকীয়