(প্ৰথম ভাগ )
ক্ৰিকেট বিশ্বকাপ প্ৰথম অনুষ্ঠিত হৈছিল 1975 চনত ইংলেণ্ডত।সেই সময়ত ক্ৰিকেট বিশ্বকাপক প্ৰেচিডেন্সিয়ল কাপ বুলি কোৱা হৈছিল। ইংলেণ্ডত বিশ্বকাপ একেৰাহে তিনিবাৰকৈ অনুষ্ঠিত হৈছিল। ক্ৰমে 1975 পৰা 1983 চনলৈকে। কিন্তু 1987 চনৰ পৰা প্ৰথম বাৰৰ বাবে ইংলেণ্ডৰ বাহিৰত ভাৰতবৰ্ষত অনুষ্ঠিত হয়। ইয়াৰ পৰাই ক্ৰিকেটৰ জয়যাত্ৰা আৰম্ভ হয়।2019 ত হৈ যোৱা শেষৰটো বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ইংলেণ্ডত অনুষ্ঠিত হৈছিল। আৰু ইংলেণ্ড দলেই বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল প্ৰতিদ্বন্দি নিউজিলেণ্ডক হৰুৱাই।............. বিজেতাৰ সুচী .................................1975,1979- ৱেষ্ট ইণ্ডিজ,1983,2011- ভাৰত,1987,1999,2003,2007,2015- অষ্ট্ৰেলিয়া,1992পাকিসটান,1996 শ্ৰী লংকা ।
No comments:
Post a comment